New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2e2a4d8a-65dc-48d9-acb2-1dd76f3bea56/o17.jpg)
ওৰাঙৰ নিকটৱৰ্তী যোৰাদিয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
দ্ৰুতবেগী As 12 Ac 2852 নম্বৰৰ আলট্ৰা বাছে মহতিয়াই নিয়ে এজন লোকক
থিতাতে নিহত কাচেম আলী নামৰ লোকজন
কাচেম আলীৰ বয়স আনুমানিক ৬০ বছৰ
পেছাত এজন চানা বিক্ৰী কৰি খোৱা লোক আছিল
মৃত কাচেম আলীৰ ঘৰ ময়লাআলিত বুলি জানিবপৰা গৈছে।
Also Read: কোকৰাঝাৰত পথ দুৰ্ঘটনা, আহত এজন