নামতিত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত ২জন

নামতিত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত ২জন
road accident

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা নামতিৰ দেওপানীত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন। এজোপা প্ৰকাণ্ড গছত মটৰচাইকেলেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় দুইজন যুৱক। নামতিৰ পৰা দেওপানী অভিমুখে গৈ থকা অৱস্থাত এই দূৰ্ঘটনাটো সংঘটিত হয় ।

জানিব পৰা মতে এজন যুৱক নাজিৰা মেজেঙ্গা কেতেকীবাৰী আৰু আনজন নাজিৰা বৰতলৰ। ইতিমধ্যে দুয়ো জন যুৱকক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।দূৰ্ঘটনাগ্ৰস্ত মটৰচাইকেল খনৰ নম্বৰ হৈছে AS04-AF-9429 ।

নামতিত ভয়ংকৰ দুৰ্ঘটনাঃ নিহত ২জন
বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল গোৱালপাৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in