/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/768e51f7-627f-4ae3-8527-4aa54655f95a/2.jpg)
-
দেওবাৰে নিশা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাৰ বামুণ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দূৰ্ঘটনা।
-
দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলা ।
-
ৰঙিয়া পৰা গুৱাহাটী অভিমুখী AS 01-FA-4058 পালচাৰ বাহনৰ খুণ্ডাত ৰাণী বেগম নামৰ মহিলাগৰাকী থিতাতে নিহত হয় ।
-
ইতিমধ্যে বাইক আৰোহীজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
-
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
-
ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
Also Read: মোডীৰ শপত গ্ৰহণক লৈ কামপুৰত বিজয় উল্লাস