/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e15aebbf-5898-432a-b2d5-eb5685f51854/384.jpg)
জামুগুৰিহাটৰ মংগলবৰীয়াত সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা
তীব্ৰবেগী বাইক চালকে মহতিয়াই নিলে চাইকেল আৰোহীক
গুৰুতৰভাৱে আহত চাইকেল আৰোহী চমেদ তিৰ্কী
চাইকেলত এবস্তা চাউল লৈ ঘৰলৈ গৈ আছিল চমেদ তিৰ্কী
আঘাতপ্ৰাপ্ত তিৰ্কী পেচাত দিন হজিৰা কৰা লোক
ঘটনাস্থলীতে বাইক এৰি পলায়ন চালক ৰূপী উদণ্ড যুৱক ৷
Also Read: অগ্ৰদূত ভৱনত জ্যোতি মালাকৰ কাকতিৰ "ৰ'দে পোৰা গীত"ৰ উন্মোচন