মংগলবৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

মংগলবৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
  • জামুগুৰিহাটৰ মংগলবৰীয়াত সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা

  • তীব্ৰবেগী বাইক চালকে মহতিয়াই নিলে চাইকেল আৰোহীক

  • গুৰুতৰভাৱে আহত চাইকেল আৰোহী চমেদ তিৰ্কী

  • চাইকেলত এবস্তা চাউল লৈ ঘৰলৈ গৈ আছিল চমেদ তিৰ্কী

  • আঘাতপ্ৰাপ্ত তিৰ্কী পেচাত দিন হজিৰা কৰা লোক

  • ঘটনাস্থলীতে বাইক এৰি পলায়ন চালক ৰূপী উদণ্ড যুৱক ৷

মংগলবৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
অগ্ৰদূত ভৱনত জ্যোতি মালাকৰ কাকতিৰ "ৰ'দে পোৰা গীত"ৰ উন্মোচন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in