/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e453ac5e-4ee2-487c-afbd-63ba5a597a14/download.jpg)
city accident
গোগামুখ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা
থিতাতে নিহত এজন চাইকেল আৰোহী
লখিমপুৰ দিশে যোৱা তীব্রবেগী বাহনৰ খুন্দাত নিহত লোকজন
ব্যক্তিজনক খুন্দা মাৰি পুনৰ এখন ই-ৰিক্সাত খুন্দা মাৰি পলায়ন বাহনখনৰ
পুনৰ অলপ দূৰ গৈ নিয়ন্ত্রণ হেৰুৱাই খুন্দা মাৰে এটা পশুধনক
সংকটজনক অৱস্থাত ই-ৰিক্সা চালক জয়ন্ত বুঢ়াগোহাঁইক চিকিৎসালয়ত ভৰ্তি
দুৰ্ঘটনাত নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
Also Read: ৰাজহ বিভাগৰ কেলেংকাৰীৰ গোপন ৰহস্য ফাদিল আপৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us