New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/97153643-f75f-4ee9-8d7b-a6614da8fd0c/agranii.jpg)
পাঠশালাত পথ দুৰ্ঘটনা...
চাবুৱাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
হাতীআলিত ৰৈ থকা ট্রাকত খুন্দা এখন নৈশ বাছৰ।
বাছখনৰ ১৫ গৰাকী যাত্রী গুৰুতৰভাৱে আহত।
আহতসকলক চিকিৎসা্লয়ত ভৰ্তি।
৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা।
Also Read: এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন