New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
টীয়কৰ জাঁজীমুখৰ হাতীশালৰ পৰা এজনক আটক
গঁড়ৰ চোৰাং চিকাৰীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আটক
ব্যক্তিজনৰ নাম সুভাষ চৌধুৰী
বোকাখাতত আটক কৰা এটা চোৰাং চিকাৰীৰ ফোনকলৰ ভিত্তিত আটক
টীয়ক আৰক্ষীৰ পৰা বোকাখাত আৰক্ষীয়ে জিম্মাত লৈছে লোকজনক।
Also Read: বিশ্ব শান্তি কামনাৰে নমাটি যুৰীয়া নামঘৰত ভাগৱত পাঠৰ সামৰণি