New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/cc707c72-77fc-4df7-90fc-2d4106a83018/rhino.jpg)
প্ৰতীকি ফটো
কাজিৰঙাত গঁড় হত্যা।
অগৰাতলী ৰেঞ্জত উদ্ধাৰ খৰ্গহীন গঁড়ৰ মৃতদেহ।
অগৰাতলীৰ মাকলুং বন শিবিৰপ সমীপত এই ঘটনা।
সোমবাৰে উদ্ধাৰ গঁড়ৰ মৃতদেহ।
চোৰাং চিকাৰীয়ে গঁড়ৰ খৰ্গ কাটি নিয়াৰ সন্দেহ বন বিষয়াৰ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: অবিস্মৰণীয়! হেলিকপ্টাৰৰ পৰা কৰা হ'ব পুষ্পাবৃষ্টি, ৩০ বিধ বাদ্য, ৭০০০ অতিথিয়ে বজাব ঘণ্টা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us