কাজিৰঙাত চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কাজিৰঙাত গঁড় হত্যা।

  • অগৰাতলী ৰেঞ্জত উদ্ধাৰ খৰ্গহীন গঁড়ৰ মৃতদেহ।

  • অগৰাতলীৰ মাকলুং বন শিবিৰপ সমীপত এই ঘটনা।

  • সোমবাৰে উদ্ধাৰ গঁড়ৰ মৃতদেহ।

  • চোৰাং চিকাৰীয়ে গঁড়ৰ খৰ্গ কাটি নিয়াৰ সন্দেহ বন বিষয়াৰ।

  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

প্ৰতীকি ফটো
অবিস্মৰণীয়! হেলিকপ্টাৰৰ পৰা কৰা হ'ব পুষ্পাবৃষ্টি, ৩০ বিধ বাদ্য, ৭০০০ অতিথিয়ে বজাব ঘণ্টা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in