চামগুৰিত গঁড়ৰ খৰ্গ উদ্ধাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • চামগুৰিৰ গৰুমৰাত গঁড়ৰ খৰ্গ উদ্ধাৰ।

  • চামগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ গঁড়ৰ খৰ্গটো।

  • খৰ্গসহ আটাবুৰ ৰহমান নামৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ।

  • পুৱতি নিশা নগাঁও আৰক্ষীয়ে চলাইছিল গৰুমৰাত অভিযান ।

  • ধৃত আটাবুৰক আৰক্ষীয়ে চলাই আছে জেৰা

প্ৰতীকি ফটো
বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in