উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

  • শিলচৰত উৎকোচ লৈ পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।

  • জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ জ্যেষ্ঠ সহায়ক সৌম্যব্ৰত ভট্টাচাৰ্যক হাতে- লোটে আটক।

  • উৎকোচ লৈ থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে আটক কৰে।

  • মাটি ক্ৰয়-বিক্ৰয়ৰ এন অ' চি দিয়াৰ নামত দুই হাজাৰ টকা লোৱাৰ সময়ত আটক ।

  • এজন লোকৰ পৰা ১২ হাজাৰ টকা উৎকোচ বিচাৰিছিল।

Advertisment

Also Read: লেপেটকটাৰ অনুপমা নায়কৰ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ সুন্দৰী বঁটা অৰ্জন

Assam police