উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে
  • শিলচৰত উৎকোচ লৈ পুনৰ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।

  • জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ জ্যেষ্ঠ সহায়ক সৌম্যব্ৰত ভট্টাচাৰ্যক হাতে- লোটে আটক।

  • উৎকোচ লৈ থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে আটক কৰে।

  • মাটি ক্ৰয়-বিক্ৰয়ৰ এন অ' চি দিয়াৰ নামত দুই হাজাৰ টকা লোৱাৰ সময়ত আটক ।

  • এজন লোকৰ পৰা ১২ হাজাৰ টকা উৎকোচ বিচাৰিছিল।

উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে
লেপেটকটাৰ অনুপমা নায়কৰ ২০২৪বৰ্ষৰ শ্ৰেষ্ঠ সুন্দৰী বঁটা অৰ্জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in