ৰাজ্য প্ৰশাসনত ব্যাপক ৰদ-বদল, কোনে, ক'ত পালে নিযুক্তি?

ৰাজ্য প্রশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলাত নিযুক্তি দিয়া হয় নতুন উপায়ুক্ত। লগতে অন্য বিভিন্ন পদতো কৰা হয় ৰদ-বদল।
ৰাজ্য প্ৰশাসনত ৰদ-বদল
ৰাজ্য প্ৰশাসনত ৰদ-বদল

ডিজিটেল ডেস্ক: ৰাজ্য প্রশাসনত ব্যাপক ৰদ-বদল। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • নাৰায়ণ কোঁৱৰক উচ্চ শিক্ষাৰ সচিবৰ দায়িত্ব।

  • চতুৰ্থ APBNৰ কমাণ্ডেণ্ট শিলাদিত্য চেতিয়াকো বদলি।

  • শিলাদিত্য চেতিয়াক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবৰ দায়িত্ব।

  • তিনিচুকীয়াৰ উপায়ুক্ত পাৱাৰ নৰছিং সম্ভাজীক বদলি।

  • বিত্ত বিভাগৰ সচিব পদত নিযুক্তি নৰছিঙক।

  • তিনিচুকীয়াৰ নতুন উপায়ুক্ত হ’ব স্বপ্নীল পাল।

  • গায়ত্রী দেৱীদাসক বিত্ত বিভাগৰ উপ-সচিবৰ দায়িত্ব।

  • গৃহ বিভাগৰ উপ-সচিব ৰাহুল কুমাৰ গুপ্তাকো বদলি।

  • গুপ্তাক তিতাবৰ মহকুমাৰ ADC হিচাপে নিযুক্তি।

  • জাভিৰ ৰাহুল সুৰেশক সাধাৰণ প্রশাসনিক বিভাগৰ উপ-সচিবৰ দায়িত্ব।

  • জয় শিৱানীক বিশ্বনাথ মহকুমাৰ ADCৰ দায়িত্ব।

  • গৌৰৱ উপাধ্যায়ক ASDMAৰ প্রকল্প সঞ্চালকৰ দায়িত্ব।

  • দৰঙৰ উপায়ুক্ত প্রণৱ কুমাৰ শৰ্মাক বদলি।

  • শৰ্মাক মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব।

  • ধেমাজিৰ উপায়ুক্ত অসমী কুমাৰ ভট্টাচাৰ্যক বদলি।

  • ভট্টাচাৰ্যক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিঃ সচিবৰ দায়িত্ব।

  • ধেমাজিৰ উপায়ুক্ত হিচাপে পল্লৱী ফুকনক নিযুক্তি।

  • কাৱেৰী বৰকাকতি শৰ্মাক মাজুলীৰ উপায়ুক্ত নিযুক্তি।

  • ডিমা হাছাওৰ উপায়ুক্ত হিচাপে সীমান্ত কুমাৰ দাসক নিযুক্তি।

  • দক্ষিণ শালমৰাৰ উপায়ুক্ত হ’ব বিদ্যুৎ বিকাশ ভাগৱতী।

  • বজালী মহকুমাৰ ADC হিচাপে পূৰৱী গগৈক দায়িত্ব।

  • মাজুলীৰ উপায়ুক্ত পুলক মহন্তকো বদলি।

  • পুলক মহন্তক যোৰহাটৰ উপায়ুক্ত হিচাপে নিযুক্তি।

  • মুনিন্দ্র নাথক দৰঙৰ উপায়ুক্ত নিযুক্তি।

  • হোজাই মহকুমাৰ ADC হিচাপে লাচিত কুমাৰ দাসক দায়িত্ব।

  • I&PRৰ যুটীয়া সচিব হিচাপে মানৱেন্দ্র দেৱ ৰয়ক নিযুক্তি।

  • ভূমি সংৰক্ষণ বিভাগৰ উপ-সচিব হিচাপে ডিপু কুমাৰ ডেকাক নিযুক্তি।

  • ৰঙিয়া মহকুমাৰ ADCৰ দায়িত্ব দ্বীপেন বৰ্মনক।

আৰু পঢ়ক: ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰৰ পাছত কোন হ'ব আৰক্ষী সঞ্চালক প্ৰধান?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in