তামুলপুৰত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

তামুলপুৰ বন বিভাগৰ কাৰ্যালয় অধীনৰ মহৰিপাৰত এটা কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে। জানিব পৰা মতে চুক্লাই নদীত স্থানীয় লোকে মাছ মাৰি থকা অৱস্থাত এটা কাছ উদ্ধাৰ কৰে স্থানীয় লোকে।

author-image
Asomiya Pratidin
New Update
তামুলপুৰত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ বন বিভাগৰ কাৰ্যালয় অধীনৰ মহৰিপাৰত এটা কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে। জানিব পৰা মতে চুক্লাই নদীত স্থানীয় লোকে মাছ মাৰি থকা অৱস্থাত এটা কাছ উদ্ধাৰ কৰে স্থানীয় লোকে।

Advertisment

লগে লগে স্থানীয় লোকে বনবিভাগৰ লোকক খৱৰ দিয়াত তামুলপুৰৰ বন বিভাগৰ লোকে উপস্থিত হৈ কাছটো উদ্ধাৰ কৰি বনবিভাগৰ কাৰ্যালয়লৈ আনে। বন বিভাগৰ লোকে জনোৱা মতে কাছটোৰ বয়স প্ৰায় ১২ বছৰ মান হ'ব। আজি বন বিভাগৰ লোক কাছটো মানস মানাহ ৰাষ্ট্ৰীয় উদ্যান এৰি দিব বুলি জানাই বন বিভাগৰ লোকে।

Also Read: খেলপথাৰত গালি পৰা কে এল ৰাহুলক ঘৰত ভাত খাবলৈ মাতিলে লক্ষ্ণৌ টীমৰ মালিক সঞ্জীৱ গোৱেংকাই...

তামুলপুৰ