গহপুৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

গহপুৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
গহপুৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

  • গহপুৰত এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

Advertisment
  • দেওনাবড়ী গাঁওৰক্ষী বাহিনীৰ সদস্যই উদ্ধাৰ কৰে লাজুকী বান্দৰটো

  • জানিব পৰা মতে, ৰাইজে ইতিমধ্যে বন বিভাগক খবৰ দিছে

  • সম্প্ৰতি অঞ্চলটোৰ থানেশ্বৰ দুৱৰাৰ ঘৰত বান্দৰটো ৰখা হয়

  • নেজবিহীন লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰিবলৈ অঞ্চলটোৰ যথেষ্ট লোকে ভিৰ কৰে

  • লাজুকী বান্দৰটো অৰুণাচলৰ পাহাৰৰ দিশৰ পৰা জনাঞ্চললৈ অহা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে।

Also Read: অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাত শিশু শ্ৰমিক উদ্ধাৰ

gohpur monkey