কৰ্মসংস্থাপনৰ সুবিধাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িবলৈ অহ্বান শিক্ষামন্ত্ৰীৰ…

কৰ্মসংস্থাপনৰ সুবিধাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িবলৈ অহ্বান শিক্ষামন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
কৰ্মসংস্থাপনৰ সুবিধাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়িবলৈ অহ্বান শিক্ষামন্ত্ৰীৰ…

ডিজিটেল ডেস্ক: আজি ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণা হোৱাৰ পাছতেই এক সংবাদমেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।

পৰীক্ষাত উত্তীৰ্ণসকলক শুভেচ্ছা আৰু অভিনন্দন শিক্ষামন্ত্রীৰ। মেট্রিকত উত্তীৰ্ণসকলক বিজ্ঞান, বাণিজ্য শাখাত অধ্যয়ন কৰিবলৈ আহ্বান শিক্ষামন্ত্ৰী গৰাকীৰ।

তেওঁ কয় যে মেট্ৰিক কৰা সকলক মই আহ্বান জনাইছো যে তেওঁলোকে বিজ্ঞান আৰু বাণিজ্য শাখাত অধ্যয়ন কৰাৰ বাবে সাহস কৰক। কাৰণ কৰ্মসংস্থাপনৰ সুবিধা বিজ্ঞান আৰু বাণিজ্য শাখাত বেছিকৈ থাকে।

তেওঁ কয় যে যি সমূহ বিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা আছে সেই সমূহ বিদ্যালয়ে যাতে গুণগত শিক্ষক লাভ কৰে তাৰ বাবে বিশেষ দৃষ্টি লাভ কৰা হ'ব।

আৰু পঢ়ক: বাণিজ্য শাখত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীত…

hs ranoj pegu education assam