বাণিজ্য শাখত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীত…

বাণিজ্য শাখত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীত…

ডিজিটেল ডেস্ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষাত জিলা ভিত্তিত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ মাজুলী। জিলাখনত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বাণিজ্য শাখাত। দ্বিতীয় স্থানত আছে দক্ষিণ শালমৰা। দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ ৯৬.৭৭ শতাংশ। আনহাতে তৃতীয় স্থানত আছে বাক্সা। জিলাখনতৰ উত্তীৰ্ণৰ হাৰ ৯৬.৫৩ শতাংশ।

গুৱাহাটী মহানগৰ উত্তীৰ্ণৰ হাৰ ৮৯,৩১ শতাংশ। এইবাৰ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰত একেবাৰে তলত আছে হাইলাকান্দি। জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৬২.০২ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in