/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/beb5e7c1-e39e-4355-ba8a-3ff4298d868b/afafaa.jpg)
guwahati
ডিজিটেল ডেস্ক : ৰঞ্জিত বৰাৰ হত্যাৰ অভিযোগত এজনক আটক কৰিছে আৰক্ষীয়ে। গড়চুক আৰক্ষীয়ে আটক কৰিছে এজন অভিযুক্তক। সম্প্রতি ধৃত লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন কৰে আন এজন অভিযুক্তই।
উল্লেখ্য যে ২১ নৱেম্বৰত পাঞ্জাবাৰীত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল বৰাক। বৰাৰ পৰা ২.৫০ লাখ টকাৰ বেগ কাঢ়ি লৈ গৈছিল দুৰ্বৃত্তই। ৰঞ্জিত বৰা পাঞ্জাবাৰীৰ পূৰবী ডিয়েৰীৰ বিতৰক আছিল। বেংকত টকা জমা কৰিবলৈ যাওঁতেই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে তেওঁ।
আৰু পঢ়ক : বকোত গাঞ্জাসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...