ডা০ ৰবি কান্নান আৰলৈ ৰমন মেগছেছে ২০২৩ বঁটা

ডা০ ৰবি কান্নান আৰলৈ ৰমন মেগছেছে ২০২৩ বঁটা

author-image
Asomiya Pratidin
New Update
ডা০ ৰবি কান্নান আৰলৈ ৰমন মেগছেছে ২০২৩ বঁটা

ডিজিটেল ডেস্ক : ঘোষণা কৰা হৈছে এই বৰ্ষৰ ৰমন মেগছেছে বঁটা। ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ডা০ ৰবি কান্নান আৰলৈ প্ৰদান কৰা হয়।

এই বৰ্ষৰ ৰমন মেগছেছে বঁটা লাভ কৰা কন্নন একমাত্ৰ ভাৰতীয়। ডা০ ৰবি কান্নান আৰ হৈছে কাছাৰ কেন্সাৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎক। একমাত্ৰ ভাৰতীয় হিচাপে ডা০ কান্ননলৈ এই বঁটা প্ৰদান কৰাত উৎফল্লিত হৈ পৰিছে হাস্পতাল কৰ্তৃপক্ষ।

Also Read: চতিয়াত ভয়ংকৰ অগ্নিকাণ্ড

Dr. Ravi Kannan R Raman Magsaysay 2023