New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2c2c07bb-eddf-4080-a52a-9474c276747e/1605708_gkez_braoaaxunk.webp)
ধুবুৰীত শুকুৰ আলীয়ে লাভ কৰিছে ৪৩টা ভোট।
সমষ্টিটোত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইনে।
হুচেইনে লাভ কৰিছে ১২,৬৭১টা ভোট।
বদৰুদ্দিন আজমলে লাভ কৰিছে ৫২০৫টা ভোট।
অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰিছে ২০১৪টা ভোট।
Also Read: ডিব্ৰুগড়ত ২৩৩৩টা ভোটত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল...