New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/c6c4940a-ed40-43a1-80f6-27e7b4f12fc8.jpg)
ডিব্ৰুগড়ত আগবাঢ়ি আছে সৰ্বানন্দ সোণোৱাল
তেওঁ লাভ কৰিছে ২৩, ৭০৬টা ভোট।
লুৰীণজ্যোতি গগৈতকৈ ২৩৩৩টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থীগৰাকী।
লুৰীণজ্যোতি লাভ কৰিছে ২১৩৭৩টা ভোট।
আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে লাভ কৰিছে ৩২৯৮টা ভোট।
নটাত পৰিছে ১০৬৯টা ভোট।