/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
- লামডিং ৰে’ল ষ্টেচনত ৰে’ল সুৰক্ষা বাহিনীৰ অভিযান। 
- অভিযানত কাঞ্চনজংঘা ৰে’লৰ পৰা জব্দ কেইবাটাও কাছ। 
- শিলচৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল কাছকেইটা। 
- তিনিটা বেগৰ পৰা জব্দ ৭৪টা কাছ। 
- কাছসহ আটক দুজন মিজো যুৱকক। 
- ধৃত যুৱকদ্বয় লালচুৱানলিনা আৰু লিয়ানচেন্সপুইৱা। 
- লামডিং বন বিভাগক চমজাই দিয়ে জব্দকৃত কাছকেইটা। 
Also Read: দলবদ্ধ ধৰ্ষণৰ পাছত চৰম পন্থা গ্ৰহণ দম্পতীৰ, ৩ সন্তান তুলি ল'লে জিলা দণ্ডাধীশে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us