দিনযোৰা কাৰ্যসূচীৰে বোকাজানত ৰাভা দিৱস পালন…

দিনযোৰা কাৰ্যসূচীৰে বোকাজানত ৰাভা দিৱস পালন…

author-image
asomiyapratidin
New Update
দিনযোৰা কাৰ্যসূচীৰে বোকাজানত ৰাভা দিৱস পালন…

ডিজিটেল ডেস্ক: আজি ৰাভা দিৱস। বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী।

Advertisment

বোকাজান ক্ৰীড়া প্ৰাংগণত অনুষ্ঠিত হয় ৰচনা, চিত্ৰাংকণ, কবিতা আৰু নৃত্য সংগীত প্ৰতিযোগিতা। বিষ্ণু ৰাভাৰ স্মৰণত বোকাজান ছাত্ৰ সন্থাই উন্মোচন কৰিব স্মৰণিকা 'হেঙুলী উষা'। ইয়াৰ লগতে আমন্ত্ৰিত নাট্য দলৰ নাটক বনচাই' আৰু 'পেণ্ডুলাম' প্ৰদৰ্শন কৰা হ'ব প্ৰেক্ষাগৃহত।

আৰু পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতিঃ উদ্যানখনত নাওৱেই একমাত্ৰ ভৰষা বনকৰ্মীৰ…

assam mangaldai