চৰাইদেউৰ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ

চৰাইদেউৰ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ
  • দেওবাৰে পুৱা চৰাইদেউ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ

  • পথাৰত ধান কাটি থকা অৱস্থাত দুজন যুৱকে উদ্ধাৰ কৰে অজগৰ

  • ৰাতুল গগৈ আৰু ঘনশ্যাম টিপমীয়াই উদ্ধাৰ কৰে সাপডালক

  • উদ্ধাৰৰ পিছতে বনবিভাগক চমজাই দিয়ে

  • অজগৰ চাবলৈ ৰাইজৰ ভিৰ ৷

চৰাইদেউৰ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ
চানমাৰিত হাস্য-ব্যংগ সাহিত্য সন্মিলন সমাপন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in