New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/beeee2d0-309a-40f0-97c8-8d373386aa99/356.jpg)
দেওবাৰে পুৱা চৰাইদেউ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ
পথাৰত ধান কাটি থকা অৱস্থাত দুজন যুৱকে উদ্ধাৰ কৰে অজগৰ
ৰাতুল গগৈ আৰু ঘনশ্যাম টিপমীয়াই উদ্ধাৰ কৰে সাপডালক
উদ্ধাৰৰ পিছতে বনবিভাগক চমজাই দিয়ে
অজগৰ চাবলৈ ৰাইজৰ ভিৰ ৷
Also Read: চানমাৰিত হাস্য-ব্যংগ সাহিত্য সন্মিলন সমাপন