/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f6e725f2-184f-41ef-a001-10f5036d69ae/fire1.jpg)
শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ অগ্নিকাণ্ড
মাজনিশা সংঘটিত হৈছে এই ঘটনা
বালিপৰাৰ গাড়ীৰ গেৰেজত অগ্নিকাণ্ডৰ সূত্ৰপাত
জুইৰ লেলিহান শিখাই আৱৰি ধৰে কেইবাটাও গাড়ীৰ গেৰেজ
জানিব পৰা মতে জুইত জাহ গৈছে কেইবাখনো বাহন
কেইবালাখ টকাৰ সা সম্পত্তি নষ্ট হৈছে এই অগ্নিকাণ্ডত
বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ ৷
Also Read: পুনৰ চৰ্চাত বিৰাট-গম্ভীৰৰ যুঁজ !