অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি...

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি...

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি কৰা হয় কেইবাজনো বিষয়াক।

ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী বিষয়াক পদোন্নতি কৰা হয় ।

  • নতুন দিল্লীত ডেপুটেশ্যনত থকা ড০ ভি শিৱ প্রসাদ গাঞ্জালাক পদোন্নতি। IGPলৈ পদোন্নতি ড০ গাঞ্জালাক।

  • তদাৰকী শাখাৰ DIG দেৱজ্যোতি মুখাৰ্জীক IGPলৈ পদোন্নতি।

  • IPS জিৎমল দলেক IGPলৈ পদোন্নতি।

  • DIG সত্যৰাজ হাজৰিকাক IGPলৈ পদোন্নতি।

  • ৰে’লৱে শাখাৰ DIG আবু ছফিয়ানক IGPলৈ পদোন্নতি।

  • ইণ্টেলিজেন্স ব্যুৰ উপ-সঞ্চালক প্রীতম পাল সিঙৰ পদোন্নতি।

  • IGPলৈ পদোন্নতি প্রীতম পাল সিঙক।

  • IPS অমনজিৎ কৌৰক DIGলৈ পদোন্নতি।

  • মুখ্যমন্ত্রী তদাৰকাৰী শাখাৰ SP নিম্বলকাৰ বৈভৱ চন্দ্রকান্তৰ পদোন্নতি। IGPলৈ পদোন্নতি বিষয়াগৰাকীক।

  • 4th APBnৰ কামাণ্ডেণ্ট শিলাদিত্য চেতিয়াক DIGলৈ পদোন্নতি।

  • SP ৰত্না সিঙক DIGলৈ পদোন্নতি।

  • NIAৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ পদোন্নতি।

  • IPSৰ Selection Gradeলৈ পদোন্নতি ৰাকেশ ৰৌশনক।

আৰু পঢ়ক: মই অভিজিৎ, সন্ত্ৰাসবাদী নহয়: ৰঞ্জন গগৈক উভতি ধৰিলে কোনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in