/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f2b05930-20c7-419d-94b2-16b7d4f143ce/17.jpg)
কিছুসময় পূৰ্বে অসমৰ ভূমিত পদাৰ্পণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
তেজপুৰৰ শালনিবাৰী বিমানকোঠত অৱতৰণ মোডীৰ।
তেজপুৰৰ পৰা পোনে পোনে কাজিৰঙালৈ যাত্ৰা।
দুদিনীয়া ভ্ৰমণসূচীৰে আহিছে প্ৰধানমন্ত্ৰীগৰাকী।
প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিথিশালাত থাকিব নৰেন্দ্ৰ মোডী।
যোৰহাটৰ হোলোংপাৰত উন্মোচন কৰিব সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি।
Also Read: আই নৈৰ ওপৰত ৬৯ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলং উদ্বোধন প্ৰমোদ বড়োৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us