অসম প্ৰদেশ ভাষিক সংখ্যালঘূ বিভাগৰ সংবাদমেল

অসম প্ৰদেশ ভাষিক সংখ্যালঘূ বিভাগৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
অসম প্ৰদেশ ভাষিক সংখ্যালঘূ বিভাগৰ সংবাদমেল

ডিজিেটেল সংবাদ,লামডিঙ: লামডিঙত অসম প্ৰদেশ ভাষিক সংখ্যালঘূ বিভাগৰ সংবাদ মেল। সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে দলটোৰ ৰাজ্যিক আহ্বায়ক সমৰ পুৰকায়স্থই।

Advertisment

শাসকীয় দলক উদ্দেশ্যে তেওঁ কয় যে বৰ্তমান ৰাজ্যত এটা নিৰ্দিষ্ট দলৰ নিহিত স্বাৰ্থৰ বাবে হঠাৎ ৰাজ্যত এনেধৰণৰ সমষ্টি নিৰ্ধাৰণ সিদ্ধান্ত লৈছে। সমষ্টি নিৰ্ধাৰণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচনী আয়োগৰ কাষ চাপি এই বিষয়ত আপত্তি জনাব বুলি সংবাদমেলত উল্লেখ কৰে।

সংবাদমেলত উল্লেখ কৰে যে, সমষ্টি নিৰ্ধাৰণ কৰি বি জে পিয়ে এ আই ইউ ডি এফক ৪ টা সমষ্টি উপহাৰ দিছে ৰাজ্যৰ মুখমন্ত্ৰীয়ে। অহা লোকসভা নিৰ্বাচনত কৰিমগঞ্জ, কাজিৰঙা লগতে আৰু দুটা সমষ্টিত বদৰুদ্দিনৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থীয়ে দখল কৰি জয়লাভ কৰাৰ প্ৰৱল সম্ভাবনা আছে।

Also Read: ঘগ্ৰাপাৰ থানালৈ নিয়া হ’ব বিমান ৰয়ক

Linguistic Minorities