
কিছু সময় পূৰ্বে উদ্ধাৰ কৰা হৈছিল পলাতক আৰক্ষী বিষয়া বিমান ৰয়ক
গুৱাহাটী পানীখাইতি ৰে'ল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল বৰ্খাস্ত হৈ থকা আৰক্ষী বিষয়াগৰাকীক
ঘগ্ৰাপাৰ থানালৈ নিয়া হ’ব বিমান ৰয়ক
সোধা-পোচাৰ বাবে নিয়া হ’ব ঘগ্ৰাপাৰ থানালৈ
জি এম চি এইচলৈ ৰাওনা ঘগ্ৰাপাৰ থানৰ এটি দল।