/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0f7d5e5f-5ebc-47a6-937c-a89577eceafd/WEB_PT_mood_of_assam.jpg)
প্ৰতিদিন টাইমৰ অপিনিয়ন পোলঃ অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোন? আলফাৰ প্ৰাসংগিকতা আছেনে? চাওঁক সবিশেষ...
ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰ দ্বিতীয়টো কাৰ্যকালৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত প্রতিদিন টাইমে চলাইছিল অপিনিয়ন পোল। অনলাইন যোগে হোৱা এই অপিনিয়ন পোলত সোধা হৈছিল কেইবাটাও প্ৰশ্ন। সেই পোলৰ মুঠ ৮ টা প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰা হৈছে। বুধবাৰে এই পোলৰ প্ৰথম ৯ টা প্ৰশ্নৰ উত্তৰ সৈতে সবিশেষ প্ৰকাশ কৰা হৈছিল। আজি আগবঢ়োৱা হৈছে আজিৰ ৮ টা প্ৰশ্নৰ উত্তৰ।
প্ৰশ্ন ১. প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰা হৈছে নেকি?
- এই প্ৰশ্নৰ উত্তৰ সমূহ হৈছে ক্ৰমে 
 সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰা বুলি গণ্য কৰে ৫৭.৫২%লোকে।
- সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰা নাই বুলি ভাবে ৪২.৪৮% লোকে। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ed5edfdc-8200-4035-8cd0-8ba7142025c5/1_min.jpg)
প্রশ্ন ২. কেন্দ্রীয় মন্ত্রী হিচাপে সৰ্বানন্দ সোণোৱাল কেনে?
এই প্ৰশ্নৰ উত্তৰ সমূহ ক্ৰমে
- ৩০.৩৩% লোকে বহুত ভাল কেন্দ্রীয় মন্ত্রী হিচাপে ভাবে সোণোৱালক। 
- ৪৭.৩৫% লোকে ভাল কেন্দ্রীয় মন্ত্রী হিচাপে ভাবে সোণোৱালক। 
- সোণোৱালক মধ্যমীয়া কেন্দ্রীয় মন্ত্রী হিচাপে ভাবে ১৪.৪৫% লোকে। 
- সোণোৱালক দুৰ্বল কেন্দ্রীয় মন্ত্রী হিচাপে ভাবে ৬.৪২% লোকে। 
- ১.৪৬% লোকে বেয়া কেন্দ্রীয় মন্ত্রী হিচাপে ভাবে সৰ্বানন্দ সোণোৱালক। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1c4cb1aa-67a5-46d0-bbf4-6ba2dc9d8783/2_min.jpg)
প্রশ্ন ৩. অসমৰ সৰ্বশ্রেষ্ঠ মুখ্যমন্ত্রী কোন?
এই প্ৰশ্নৰ উত্তৰত সৰ্বাধিকে প্রয়াত তৰুণ গগৈক সৰ্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি গণ্য কৰে বুলি জানিব পৰা গৈছে।
- ৩৮.৬২ % লোকে সৰ্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি ভাবে প্রয়াত তৰুণ গগৈক। 
- ২৯.৬%লোকে সৰ্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি ভাবে হিমন্ত বিশ্ব শৰ্মাক। 
- সৰ্বানন্দ সোণোৱালক সৰ্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি ভাবে ২২.২% লোকে। 
- ৭.০১% লোকে সৰ্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি ভাবে হিতেশ্বৰ শইকীয়াক। 
- মাত্র ২.৫৬%ই সৰ্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি ভাবে প্রফুল্ল কুমাৰ মহন্তক। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a7bb71dd-b835-4385-bbdc-76b3ea625045/3_min.jpg)
প্রশ্ন৪. বদৰুদ্দিন আজমল বিজেপিৰ এজেণ্ট নেকি?
- ৰাজ্যৰ অধিকাংশ লোকেই আজমলক BJPৰ এজেণ্ট বুলি বিশ্বাস কৰে। 
- ৰাজ্যৰ ৫৪.২৬% লোকেই আজমল বিজেপিৰ এজেণ্ট বুলি বিশ্বাস কৰে। 
- ৰাজ্যৰ ৪৫.৮৯% লোকে আজমলক BJPৰ এজেণ্ট নহয় বুলি ভাবে। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cf9f4134-d554-4567-8264-b26195cbde4e/4_min.jpg)
প্রশ্ন ৫. আলফাৰ প্রাসংগিকতা কিমান?
- ৰাজ্যৰ অধিকাংশ লোকেই আলফাক অপ্রাসংগিক বুলি ভাবে। 
- ৰাজ্যৰ ৬৪.৬% লোক ভাবে আলফা অপ্রাসংগিক। 
- ৰাজ্যৰ ৩৫.২% লোকেহে আলফাক প্রাসংগিক বুলি ভাবে। 
- উত্তৰ-উজনি অসমৰ ৫৫.৯৯% লোকে আলফাক অপ্রাসংগিক বুলি ভাবে। 
- নামনি অসমৰ ৭০.৪৬% লোকে আলফাক অপ্রাসংগিক বুলি ভাবে। 
- উজনি-উত্তৰ অসমৰ ৪৪% লোকে আলফাক প্রাসংগিক বুলি ভাবে। 
- নামনি অসমৰ ২৯.৫৩% লোকে আলফাক প্রাসংগিক বুলি ভাবে। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/275a0de7-ceda-4870-9b06-ce1fc6388f8f/5_min.jpg)
প্রশ্ন ৬. মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব পাৰেনে?
- ৰাজ্যৰ অধিকাংশই মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব নোৱাৰে বুলি ভাবে। 
- ৰাজ্যৰ ৬২.৩৫%ই ভাবে মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব নোৱাৰে। 
- উজনিৰ ৬৭.০৮%ই ভাবে মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব নোৱাৰে। 
- নামনিৰ ৬৭.৫৫%ই ভাবে মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব নোৱাৰে। 
- ৰাজ্যৰ ৩৭.৬%ই ভাবে মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব পাৰে। 
- উজনিৰ ৩২.৯১%ই ভাবে মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব পাৰে। 
- নামনিৰ ৩২.৪৪%ই ভাবে মন্ত্রী-বিধায়কে স্বাধীনভাৱে কাম কৰিব পাৰে। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c683e879-e5a7-4930-8721-a6d1f8342b83/6_min.jpg)
প্রশ্ন ৭. ৰাজ্যৰ শ্রেষ্ঠ নেতা কোন?
- ৰাজ্যৰ অধিকাংশ লোকে হিমন্ত বিশ্ব শৰ্মাক শ্রেষ্ঠ নেতা বুলি ভাবে। 
- ৩৪.৭৯%ই শ্রেষ্ঠ নেতা বুলি ভাবে হিমন্ত বিশ্ব শৰ্মাক। 
- উজনিৰ ৩২.৫১%ই শ্রেষ্ঠ নেতা বুলি ভাবে ড০ শৰ্মাক। 
- নামনিৰ ৩৭.০৭%ই শ্রেষ্ঠ নেতা বুলি ভাবে ড০ শৰ্মাক। 
- সৰ্বানন্দ সোণোৱালক ৰাজ্যৰ ২৮.৭২%ই শ্রেষ্ঠ নেতা বুলি ভাবে। 
- সৰ্বানন্দ সোণোৱালক উজনিৰ ২৮.২২%ই শ্রেষ্ঠ নেতা বুলি ভাবে। 
- সৰ্বানন্দ সোণোৱালক নামনিৰ ২৯.২২%ই শ্রেষ্ঠ নেতা বুলি ভাবে। 
- অখিল গগৈক শ্রেষ্ঠ নেতা বুলি ভাবে ৰাজ্যৰ ১৩.৮৩%ই। 
- উজনিৰ ১৬.০৫%ই শ্রেষ্ঠ নেতা বুলি ভাবে অখিল গগৈক। 
- নামনিৰ ১১.৬১%ই শ্রেষ্ঠ নেতা বুলি ভাবে অখিল গগৈক। 
- ৰাজ্যৰ ১২.০৩%ই শ্রেষ্ঠ নেতা বুলি ভাবে গৌৰৱ গগৈক। 
- উজনিৰ ১২.০৬%ই শ্রেষ্ঠ নেতা বুলি ভাবে গৌৰৱ গগৈক। 
- নামনিৰ ১২%ই শ্রেষ্ঠ নেতা বুলি ভাবে গৌৰৱ গগৈক। 
- ৰাজ্যৰ ৮.৯৫%ই শ্রেষ্ঠ নেতা বুলি ভাবে লুৰিণজ্যোতি গগৈক। 
- উজনিৰ ১০.১%ই শ্রেষ্ঠ নেতা বুলি ভাবে লুৰিণজ্যোতি গগৈক। 
- নামনিৰ ৭.৮%ই শ্রেষ্ঠ নেতা বুলি ভাবে লুৰিণজ্যোতি গগৈক। 
- ৰাজ্যৰ মাত্র ১%ই শ্রেষ্ঠ নেতা বুলি ভাবে ভূপেন বৰাক। 
- উজনিৰ ০.৮৭%ই শ্রেষ্ঠ নেতা বুলি ভাবে ভূপেন বৰাক। 
- নামনিৰ ১.২%ই শ্রেষ্ঠ নেতা বুলি ভাবে ভূপেন বৰাক। 
- ৰাজ্যৰ ০.৬৫%ই শ্রেষ্ঠ নেতা বুলি ভাবে বদৰুদ্দিন আজমলক। 
- উজনিৰ ০.১৯%ই শ্রেষ্ঠ নেতা বুলি ভাবে বদৰুদ্দিন আজমলক। 
- নামনিৰ ১.১%ই শ্রেষ্ঠ নেতা বুলি ভাবে বদৰুদ্দিন আজমলক। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c04e1856-a21f-4b71-aa5c-fa48cb54e407/7_min.jpg)
প্রশ্ন ৮. শ্রেষ্ঠ পাৰদৰ্শী মন্ত্রী?
- ৰাজ্যৰ অধিকাংশই শ্রেষ্ঠ পাৰদৰ্শী মন্ত্রী বুলি ভাবে পীযুষ হাজৰিকাক। 
- ৰাজ্যৰ অধিকাংশই অদক্ষ মন্ত্রী বুলি গণ্য কৰে সঞ্জয় কিষাণক। 
- ৰাজ্যৰ ১৫.৮৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে পীযুষ হাজৰিকাক। 
- ৰাজ্যৰ ৬.২৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে অজন্তা নেওগক। 
- ৰাজ্যৰ ৬.১৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে কেশৱ মহন্তক। 
- ৰাজ্যৰ ৪.৭৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে অশোক সিংঘালক। 
- ৰাজ্যৰ ৩.৯৯%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে জয়ন্ত মল্ল বৰুৱাক। 
- ৰাজ্যৰ ৩.৮৪%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে ডাঃ ৰণোজ পেগুক। 
- ৰাজ্যৰ ৩.৬৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে ৰণজিৎ কুমাৰ দাসক। 
- ৰাজ্যৰ ২.৬৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে বিমল বড়াক। 
- ৰাজ্যৰ ২.০৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে যোগেন মহনক। 
- ৰাজ্যৰ ১.৮৯%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে পৰিমল শুক্লবৈদ্যক। 
- ৰাজ্যৰ ১.৩৫%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে অতুল বৰাক। 
- ৰাজ্যৰ ০.৯৮%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে চন্দ্রমোহন পাটোৱাৰীক। 
- ৰাজ্যৰ ০.৮৩%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে নন্দিতা গাৰ্লোছাক। 
- ৰাজ্যৰ ০.৮৩%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে ইউ জি ব্রহ্মক। 
- ৰাজ্যৰ ০.৫৮%ই পাৰদৰ্শী মন্ত্রী বুলি ভাবে সঞ্জয় কিষাণক। 
- ৰাজ্যৰ ৪৪.৩৪%ই এজনকো পাৰদৰ্শী মন্ত্রী বুলি গণ্য নকৰে। 
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e7e16977-796c-4ffa-a287-7fe07be64063/8_min__1_.jpg)
Also Read: 'প্রতিদিন টাইম’ৰ অপিনিয়ন পোলঃ বৰ্তমানৰ চৰকাৰক লৈ কিমান সন্তুষ্ট জনতা, কোনটো দল প্ৰিয়? জানক সৱিশেষ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us