'বিভিএফচিএল'ৰ নতুন অধ্যক্ষৰ দ্বায়িত্বত প্ৰদীপ কুমাৰ বানিক

'বিভিএফচিএল'ৰ নতুন অধ্যক্ষৰ দ্বায়িত্বত প্ৰদীপ  কুমাৰ বানিক

ডিজিটেল সংবাদ, নামৰূপঃ ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয় সাৰ বিভাগৰ অনুমোদনত চিএমডি, বিভিএফচিএলৰ চি এম ডি অতিৰিক্ত দায়িত্ব উদ্যোগটোৰ সঞ্চালক (উৎপাদন) প্ৰদীপ কুমাৰ বানিকক দিয়া হয় ।

গুৰুত্বপূৰ্ণ যে কলিকতাত জন্ম গ্ৰহণ কৰা প্ৰদীপ কুমাৰ বানিকে ২০০৩ চনত বি ভি এফ চি এলত যোগদান কৰি বিগত বৰ্ষৰ ২২ মাৰ্চত সঞ্চালক (উৎপাদন)ৰ দায়িত্ব গ্ৰহণ কৰিছিল। যাদৱপূৰ বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিিয়াৰিঙৰ শিক্ষা গ্ৰহন কৰা বানিক এফ চি আইত অন্তভুক্ত থকা সময়ৰ পৰাই ফাটিলাইজৰ চেক্টৰত কাম কৰাৰ অভিজ্ঞতাৰে সমৃদ্ধ। সিন্ধী ফাৰ্টিলাইজাৰ, ৰামাকুন্দ্ৰম ফাৰটিলাইজাৰটো দহ বছৰ সেৱা আগবঢ়াইছিল প্ৰদীপ কুমাৰ বনিকে।

'বিভিএফচিএল'ৰ নতুন অধ্যক্ষৰ দ্বায়িত্বত প্ৰদীপ  কুমাৰ বানিক
১১,৫৯৯ কোটিৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলন্যাস কৰিবলৈ আহি আছে মোডী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in