/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
-
গোসাঁইগাঁৱৰ কচুগাঁৱত আৰক্ষীৰ অভিযান
-
অভিযানত আৰক্ষীৰ হাতত স্বয়ং আৰক্ষী গ্রেপ্তাৰ
-
ধৃত জোৱানজন একেখন থানাৰ আৰক্ষী অনিল কুমাৰ বসুমতাৰী
-
চুপাৰিভৰ্তি ট্রাকত ৫জন যুৱকৰ ধন দাবী
-
যুৱককেইজনে নিজকে কাষ্টম বিষয়া বুলি ট্রাক চালকক দাবী কৰে ধন
-
চুপাৰি ভৰ্তি ট্রাক চালকৰ পৰা দাবী কৰে ৫০ হাজাৰ টকা
-
ট্রাক চালকৰ সন্দেহ হোৱাত খবৰ দিয়ে আৰক্ষীক
-
আৰক্ষীৰ উপস্থিতিত ৪ যুৱক ঘটনাস্থলীৰ পৰা পলায়ন
-
আৰক্ষীয়ে জব্দ কৰে AS-01 DS 5271 নম্বৰৰ এল্ট’ বাহন
-
এল্ট’ বাহনখন কচুগাঁও থানাৰ হেড কনিষ্টবল অনিল কুমাৰ বসুমতাৰীৰ
-
ট্রকাখনত ২৬৬০০ কেজি চুপাৰি আছিল যদিও নথি-পত্র আছিল বৈধ বুলি জানিবলৈ দিয়ে।
আৰু পঢ়কঃ যোৰহাটৰ চ’ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড