New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/508ab51d-fce4-4342-98dc-89d9edf7e666/k13.jpg)
যোৰহাটৰ চ’ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
এফালৰ পৰা জুইৰ গ্রাসত সমগ্র চ’ক বজাৰ
কেইবাখনো দোকানলৈ সম্প্রসাৰিত জুই
অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নুমুৱাৰ চেষ্টা অব্যাহত
জিলা প্রশাসনে অন্য জিলাৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহায় বিচাৰিছে।
আৰু পঢ়কঃ কাজলগাঁৱত মুকলিকৈ কাৰ্বনৰ গুড়ি কঢ়িয়াই নিয়া দুখন ডাম্পাৰ জব্দ