চোৰৰ বিৰুদ্ধে অভিযানঃ মহতিয়াই নিলে কেইবাখনো বাহন, ব্যৱসায়ীক প্ৰতিষ্ঠান...

চোৰৰ বিৰুদ্ধে অভিযানঃ মহতিয়াই নিলে কেইবাখনো বাহন, ব্যৱসায়ীক প্ৰতিষ্ঠান...
চোৰৰ বিৰুদ্ধে অভিযানঃ মহতিয়াই নিলে কেইবাখনো বাহন, ব্যৱসায়ীক প্ৰতিষ্ঠান...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। চোৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে চলালে গুলী। এই ঘটনা সংঘটিত হৈছে ছিপাঝাৰৰ নামখলাত।

জানিব পৰা মতে পাথৰিঘাটত চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান। এই অভিযানৰ সময়তে গাড়ীসহ পলায়ন কৰে চোৰটেৱ। পলায়নৰ সময়ছোৱাত চোৰটোৱে খুন্দা মাৰে আন কেইবাখনো বাহনত। আনহাতে মহটিয়াই নিলে ব্যৱসায় প্রতিষ্ঠান।

পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে আৰক্ষীয়ে চোৰটোক কৰায়ত্ত কৰিবলৈ শূন্যলৈ কেইবাজাঁই গুলী চলাবলৈ বাধ্য হয়। ইফালে চোৰৰ বাহনৰ খুন্দাত আহত হয় আৰক্ষীৰ দুজনকৈ লোক।

আহত আৰক্ষী বিষয়া মিণ্টু বৈশ্য, কনিষ্টবল জেহেৰুল ইছলাম। এই অভিযানৰ অন্তত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে চোৰটোক।

চোৰৰ বিৰুদ্ধে অভিযানঃ মহতিয়াই নিলে কেইবাখনো বাহন, ব্যৱসায়ীক প্ৰতিষ্ঠান...
মঙলদৈ চহৰত পাৰ্কিঙৰ নামত গুণ্ডা টেক্স, সাঙুৰ খাইছে আৰক্ষী বিষয়াৰ নাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in