আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...
আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...

আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...

  • ৰাজ্যজুৰি নতুন যানবাহন আইনৰ প্ৰতিবাদৰ মাজতে ভিন্ন ঠাইত বিক্ষিপ্ত ঘটনা।

  • ঠায়ে ঠায়ে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি।

  • প্ৰতিবাদকাৰীক আঁতৰাই পঠিয়াবলৈ লাঠি চালনা আৰক্ষীৰ।

  • গোগামুখত লাঠীচাৰ্জ আৰক্ষীৰ।

  • গৌৰীপুৰতো অনুৰূপ ঘটনা।

  • আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি।

  • আৰক্ষীয়ে খেদি খেদি আটক কৰিছে প্ৰতিবাদকাৰীক।

  • মৰিগাঁৱত চালকে জ্বলাই দিছে ড্ৰাইভিং লাইচেঞ্চ।

  • খানাপাৰাতো উত্তপ্ত পৰিস্থিতি।

  • ডিব্ৰুগড়তো প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰিলে কেইবাখনো বাহন।

  • অৱশ্যে পৰিস্থিতি অধিক জটিল নহ'বলৈ সৰ্বত্ৰে আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...
প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in