আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...

আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...
আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...
  • ৰাজ্যজুৰি নতুন যানবাহন আইনৰ প্ৰতিবাদৰ মাজতে ভিন্ন ঠাইত বিক্ষিপ্ত ঘটনা।

  • ঠায়ে ঠায়ে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি।

  • প্ৰতিবাদকাৰীক আঁতৰাই পঠিয়াবলৈ লাঠি চালনা আৰক্ষীৰ।

  • গোগামুখত লাঠীচাৰ্জ আৰক্ষীৰ।

  • গৌৰীপুৰতো অনুৰূপ ঘটনা।

  • আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি।

  • আৰক্ষীয়ে খেদি খেদি আটক কৰিছে প্ৰতিবাদকাৰীক।

  • মৰিগাঁৱত চালকে জ্বলাই দিছে ড্ৰাইভিং লাইচেঞ্চ।

  • খানাপাৰাতো উত্তপ্ত পৰিস্থিতি।

  • ডিব্ৰুগড়তো প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰিলে কেইবাখনো বাহন।

  • অৱশ্যে পৰিস্থিতি অধিক জটিল নহ'বলৈ সৰ্বত্ৰে আৰক্ষী, নিৰাপত্তাৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

আৰক্ষীৰ অভিযানঃ ঠায়ে ঠায়ে আটক কৰিছে প্ৰতিবাদাকাৰীক...
প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগত মন্ত্ৰী পীযুষ হাজৰীকাৰ শোক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in