/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
হাতীগাঁও আৰক্ষীৰ জালত ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া
আৰক্ষীয়ে আটক কৰে ৩ যুৱকসহ দুগৰাকী যুৱতী
জানিব পৰা মতে এগৰাকী যুৱতীয়ে নিজকে বিজেপিৰ নেত্রী বুলিও পৰিচয় দিয়ে
আটক কৰা কেইজনৰ নাম হৈছে চুমিমণি দাস, জুৰিমণি দাস, ভাৰ্গৱ মালাকৰ
ধৃত আন দুগৰাকী ৰাহুল পাটগিৰি আৰু উজ্জ্বল বিকাশ কলিতা।
Also Read: অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...