/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d901079d-771f-4c1a-9205-ccbb7e761be5/school.jpg)
মথুৰাপুৰ উঃমাঃ বিদ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ
ডিজিটেল সংবাদ,মথুৰাপুৰঃ মথুৰাপুৰ উঃমাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে বিদ্যালয়খনত আৰম্ভ হৈছে উৎসৱ মুখৰ পৰিৱেশৰ। দেওবাৰৰ পৰা অনুষ্ঠিত হ'ব মহাৰজত জয়ন্তী।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটিকলৈ ব্যপক প্ৰস্তুতি আয়োজক সমিতিৰ। অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে প্ৰাক্তন ছাত্ৰছাত্ৰী তথা শিক্ষানুৰাগীৰ সহযোগিতা কামনা কৰিছে উদ্য়োক্তাই ।
আৰু পঢ়কঃ চিকিৎসক দিপম কুমাৰ বৰ্মনৰ নলবাৰীৰ পৰা খুমটাইলৈ চাইকেল ৰেলী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us