ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্তৰ পৰা উদ্ধাৰ পিষ্টল

ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্তৰ পৰা উদ্ধাৰ পিষ্টল
  • ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্ত আমিৰ আলিৰ পৰা উদ্ধাৰ পিষ্টল

  • আমিৰ আলিৰ বাইকৰ পৰা উদ্ধাৰ কৰা হ'ল পিষ্টলটি

  • এটা পৰিত্যক্ত গুদামত থকা বাহন খনৰ পৰা উদ্ধাৰ কৰা হ'ল এটি ৯ এম এম পিষ্টল সহ ৩ জাঁই সক্ৰিয় গুলী

  • প্ৰাৰম্ভিক তদন্তৰ অন্তত এইয়া এক ডকাইতি কাণ্ডৰ পৰিণতি বুলি সন্দেহ আৰক্ষীৰ

  • পূৰ্বেও বহু অপৰাধ জনিত কাণ্ডৰ সৈতে জড়িত আছিল অভিযুক্ত দুগৰাকী

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in