
ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্ত আমিৰ আলিৰ পৰা উদ্ধাৰ পিষ্টল
আমিৰ আলিৰ বাইকৰ পৰা উদ্ধাৰ কৰা হ'ল পিষ্টলটি
এটা পৰিত্যক্ত গুদামত থকা বাহন খনৰ পৰা উদ্ধাৰ কৰা হ'ল এটি ৯ এম এম পিষ্টল সহ ৩ জাঁই সক্ৰিয় গুলী
প্ৰাৰম্ভিক তদন্তৰ অন্তত এইয়া এক ডকাইতি কাণ্ডৰ পৰিণতি বুলি সন্দেহ আৰক্ষীৰ
পূৰ্বেও বহু অপৰাধ জনিত কাণ্ডৰ সৈতে জড়িত আছিল অভিযুক্ত দুগৰাকী