/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/39687df9-3cf0-464c-b904-c0753e83ad64/kamalakhya_10.jpg)
মন্ত্ৰী পীযুষ হাজৰিকাৰ কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ৰুজু...
বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু।
কংগ্রেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ।
মন্ত্ৰী পীযুষ হাজৰিকাই ৰুজু কৰিলে এই গোচৰ।
কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত গোচৰ ৰুজু মন্ত্রী হাজৰিকাৰ।
ৰুজু হোৱা গোচৰ নম্বৰটো হৈছে ৬৩৪/২০২৩।
মন্ত্ৰীজনৰ বিৰুদ্ধে কমলাক্ষ দে’ই বহু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ।
সেই অভিযোগৰ ভিত্তিতে মানহানিৰ গোচৰ পীযুষ হাজৰিকাৰ।
Also Read: ইজৰাইলত আৱদ্ধ কেৰালাৰ ৭ হাজাৰ নাগৰিকঃ বিদেশ মন্ত্ৰীলৈ পি বিজয়নৰ পত্ৰ...