প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সমষ্টিয়ে সমষ্টিয়ে তৎপৰ বিজেপি দল

হেলিকেপ্টাৰ লৈ মঙলদৈত উপস্থিত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱা ।

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সমষ্টিয়ে সমষ্টিয়ে তৎপৰ বিজেপি দল

ডিজিটেল সংবাদ,‌ মঙলদৈঃ হেলিকেপ্টাৰ লৈ মঙলদৈত উপস্থিত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱা । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ সমষ্টিয়ে সমষ্টিয়ে তৎপৰ বিজেপি দল। মঙলদৈস্থ বিজেপিৰ জিলা কাৰ্যালয়ত শুকুৰবাৰে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত হৈ আলোচনাত মিলিত হয় দলৰ কৰ্মকৰ্তা সকলৰ লগত।

Advertisment

দৰং জিলাৰ পৰা দলৰ কৰ্মী, সুভাকাংশিক প্ৰধান মন্ত্ৰী সভালৈ লৈ যোৱাৰ ওপৰত বিশেষ আলোচনা। প্ৰধানমন্ত্ৰী মোদীয়ে অসমত উপস্থিত হৈ ১১০০০ কোটিৰো অধিক টকাৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব বুলি সাংবাদিকক জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আনহাতে প্ৰধামন্ত্ৰীৰ সভাত অসমৰ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে মন্ত্ৰী পীযুষ হাজৰীকা।

Also Read: ৫দিনৰ বাবে ইডিৰ জিম্মাত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ

JAYANTA MALA BARUAH pijush hazarika bjp narendramodi mongoldoi