ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা মন্ত্ৰী পিযুষ হাজৰিকাৰ

বুধবাৰে সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা মন্ত্ৰী পিযুষ হাজৰিকাৰ

press day

ডিজিটেল ডেস্ক: বুধবাৰে সমগ্ৰ দেশতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই দিৱস উপলক্ষে মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যখনৰ সাংবাদিক সকলৰ লগতে সংবাদ সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছে ।

গণতান্ত্ৰিক ব্যৱস্থা এটাক শক্তিশালী কৰি সবল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে । লগতেসাংবাদিকসকলক অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।

আৰু পঢ়ক: এদিনৰ বাবে মুকলি হোৱা দুগ্ধ প্ৰণালীকৰণ প্ৰকল্পটো...

assam pijus hazarika NATIONAL PRESS DAY