/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/3887c0ef-e0fd-40f3-afd1-057a9baea310/13.jpg)
ডিজিটেল সংবাদ, মায়ংঃ যাদুৰ দেশ মায়ঙত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ফটো প্ৰদৰ্শনী। মায়ং পবিতৰা ফটোগ্ৰাফী ক্লাৱৰ উদ্যোগত শনিবাৰে ৩ বজাৰ পৰা আৰি দেওবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ অনুষ্ঠিত কৰা হৈছে ফটো প্ৰদৰ্শনী খন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/067efc00-1a07-470c-a298-8537981c5912/WhatsApp_Image_2024_01_27_at_12_26_48_PM.jpeg)
পবিতৰা ভিলেজ ইক' কেম্পত অনুষ্ঠিত ফটো প্ৰদৰ্শনীত দেশ-বিদেশৰ ফটোগ্ৰাফাৰৰ ৪০০ খন ফটো প্ৰদৰ্শন কৰা হৈছে।আজি বিয়লিৰ ভাগত প্ৰদৰ্শনীখনত উপস্থিত থাকিব মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা।
Also Read: আপ, কংগ্ৰেছ, ৰাইজৰ দলৰ অভিজ্ঞতা তিক্তঃ এইবাৰ বিজেপিৰ শৰনাপন্ন কমল কুমাৰ মেধি !