নটসূৰ্য ফণী শৰ্মাৰ ৫২ সংখ্যক মৃত্যু দিৱস উপলক্ষ্যে শোণিতপুৰত স্মৃতিচাৰণ সভা…

নটসূৰ্য ফণী শৰ্মাৰ ৫২ সংখ্যক মৃত্যু দিৱস উপলক্ষ্যে শোণিতপুৰত স্মৃতিচাৰণ সভা…

author-image
asomiyapratidin
New Update
নটসূৰ্য ফণী শৰ্মাৰ ৫২ সংখ্যক মৃত্যু দিৱস উপলক্ষ্যে শোণিতপুৰত স্মৃতিচাৰণ সভা…

ডিজিটেল সংবাদ, শোণিতপুৰ: আজি নটসূৰ্য ফণী শৰ্মাৰ ৫২ সংখ্যক মৃত্যু দিৱস। এই উপলক্ষ্যে ৰাজ্যৰ বিভিন্ন স্থানত মহান শিল্পী গৰাকীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয়।

Advertisment

নটসূৰ্য ফণী শৰ্মাৰ ৫২ সংখ্যক স্মৃতি দিৱস উপলক্ষে শোণিতপুৰতো কৰা হয় বিশেষ আযোজন। শোণিতপুৰ জিলা প্ৰসাশন আৰু স্থানীয় ৰাইজৰ দ্বাৰা আয়োজন কৰা স্মৃতিচাৰণ অনুষ্ঠানত জিলাৰ উপায়ুক্ত শ্ৰী দেৱ কুমাৰ মিশ্ৰ‌‌‌ লগতে নটসূৰ্যৰ পুত্ৰ অভিনেতা সুজিত শৰ্মা , অজিত শৰ্মাই শ্ৰদ্ধাঞ্জলি জনায়।

আৰু পঢ়ক: বকোত একাংশ শিক্ষাৰ্থীৰ অভিনৱ পদক্ষেপ, বিভিন্ন ছবি অংকনেৰে পথাচাৰীক কৰিছে আকৰ্ষণ…

assam sonitpur