কলিয়াবৰত চোৰক ৰাইজৰ উত্তম মাধ্যম

কলিয়াবৰত চোৰক ৰাইজৰ উত্তম মাধ্যম

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ বৰভগীয়াত চোৰক লৈ সমদল ৰাইজৰ। কলিয়াবৰৰ বৰভগীয়াৰ জিনা দেৱীৰ বাসগৃহত বৃহস্পতিবাৰে দিন দুপৰতে চোৰে চলালে চাফাই অভিযান।

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি লুটি নিলে নগদ ধনৰ লগতে সোনৰ আ অলংকাৰ। কিন্তু কঁপাল বেয়া চোৰৰ। ৰাইজে খেদি খেদি কৰায়ত্ত কৰে তেজপুৰ ভোজখোৱা চাপৰিৰ আজগৰ আলি নামৰ চোৰটোক।

চোৰটোক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই স্থানীয় ৰাইজে। ইয়াৰ পিছতে উলুৱনী থানাৰ আৰক্ষী উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in