আজিৰে পৰা অসমৰ আকাশত উৰিব পৱন হংসঃ গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, যোৰহাটক কৰিব সংযোগ...

তেজপুৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা সদায়েই বিমানেৰে আহিব পাৰিব গুৱাহাটী...
তেজপুৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা সদায়েই বিমানেৰে আহিব পাৰিব গুৱাহাটী...

ডিজিটেল ডেস্কঃ অসমৰ বাবে এক ভাল খবৰ। আকাশী পথেৰে গুৱাহাটীক কেইবাখনো জিলাৰে সংযোগ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।

বিমান পৰিবহণ সংস্থা পৱনহংসই অসমত মুঠ ৬ টা আকাশী পথেৰে আজিৰে পৰা আৰম্ভ কৰিব বিমান চলাচল। উল্লেখ্য যে আৰ চি এছ উড়ান আঁচনিৰ অধীনত পৱনহংসই দেশৰ মুছ ৮৬ টা আকাশী পথৰে বিমান চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰথম পৰ্যায়ত পৱন হংসই ডিব্ৰুগড়-তেজপুৰ-যোৰহাট-তেজপুৰক সংযোগ কৰাৰ সমান্তৰলাকৈ গুৱাহাটী-তেজপুৰ-যোৰহাট- ডিব্ৰুগড়ক সংযোগ কৰিব। অৱশ্যে পৰৱৰ্তী সময়ত অৰুণাচলকো এই আঁচনিক সৈতে সংযোগ স্থাপন কৰা হ'ব।

মন কৰিবলগীয়া যে, দেশৰ অসমাৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ আৰ চি এছ উড়ানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দূৰৱৰ্তী স্থানসমূহৰ সৈতে সংযোগ স্থাপনৰ ব্যৱস্থা কৰা হৈছে।

তেজপুৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা সদায়েই বিমানেৰে আহিব পাৰিব গুৱাহাটী...
সোণাপুৰৰ শিলৰ মাজত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in