/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
সোণাপুৰৰ শিলৰ মাজত উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...
সোণাপুৰত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো এজন পুৰুষৰ।
সোণাপুৰৰ আপাৰ টেপেচিয়াৰ পাহাৰত উদ্ধাৰ মৃতদেহটো।
পাহাৰৰ শিলৰ মাজত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো।
বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই মৃতদেহৰ পৰিচয়।
আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।
Also Read: মহানগৰীত অবৈধভাৱে গো-মাংস বিক্ৰী কৰা দুজনক আটক...