দুমুনিচকীৰ হ'লী মেৰী ইণ্টাৰনেচনেল স্কুলত অভিভাৱক অভিৱৰ্তন

দুমুনিচকীৰ হ'লী মেৰী ইণ্টাৰনেচনেল স্কুলত অভিভাৱক অভিৱৰ্তন

ডিজিটেল সংবাদ, দুমুনিচকী : দৰং কামৰূপ জিলাৰ সীমান্তৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হলীমেৰী ইণ্টাৰনেচনেল ট্ৰাষ্টৰ অধীনৰ হ'লী মেৰী ইণ্টাৰনেচনেল স্কুলত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অভিভাৱক অভিৱৰ্তন ৷

শিক্ষক ইকবাল ৰছিদ হাজৰিকাই পৰিচালনা কৰা অভিভাৱক অভিৱৰ্তন অনুষ্ঠানত ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকা, কৃতী শিক্ষয়ত্ৰী ৰশ্মী শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুন শইকীয়াই বক্তব্য প্ৰদান কৰে ৷

অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়াই মূল্যাংকনৰ লগতে মূল্যবোধৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

দুমুনিচকীৰ হ'লী মেৰী ইণ্টাৰনেচনেল স্কুলত অভিভাৱক অভিৱৰ্তন
তীব্ৰ অৰ্থনৈতিক সংকটত পাকিস্তান, যিকোনো মুহুৰ্ততেই খহি পৰিব পাৰে অৰ্থনীতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in