New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত মূল অভিযুক্তৰ আত্মসমৰ্পণ
লখিমপুৰত আত্মসমৰ্পণ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাৰ।
লখিমপুৰৰ সদৰ থানাত আত্মসমৰ্পণ মূল অভিযুক্ত গৰাকীৰ।
অভিযুক্ত কুমুদ ৰাজখোৱাক ইতিমধ্যেই জিম্মাত লৈছে আৰক্ষীয়ে।
Also Read: কবিতা 2/মেঘালী সপোন