সমষ্টি পুন: নিৰ্ধাৰণ সন্দৰ্ভত সাংসদ পল্লব লোচন দাসৰ প্ৰতিক্ৰিয়া...

সমষ্টি পুন: নিৰ্ধাৰণ সন্দৰ্ভত সাংসদ পল্লব লোচন দাসৰ প্ৰতিক্ৰিয়া...
Published on
Updated on

ডিজিটেল ডেস্ক : জামুগুৰিহাটত যোগ দিৱসৰ কাৰ্যসূচীত সাংসদ পল্লৱ লোচন দাস ৷ সমষ্টি পুন: নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছত জামুগুৰিহাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে। অসমত সমষ্টি পুন: নিৰ্ধাৰণ অসমীয়া খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ সপক্ষে হোৱা বুলি মন্তব্য কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে।

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জামুগুৰিহাটত অংশ গ্ৰহণ কৰি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে দীৰ্ঘসময় ধৰি যোগাসন কৰে। তেজপুৰৰ যোগাসন স্থলীৰ পৰা লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে কয়- "শৰীৰ আৰু মন সুস্থ ৰাখিবলৈ আমি যোগাসন কৰিবই লাগিব"।

সমষ্টি পুন: নিৰ্ধাৰণ সন্দৰ্ভত সাংসদ পল্লব লোচন দাসৰ প্ৰতিক্ৰিয়া...
নেতাৰ ভয়, কিজানি সমষ্টি নৰয় !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in