ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ স্বেচ্ছাসেৱী সংস্থাৰ অক্সিজেন গেছ চিলিণ্ডাৰ প্ৰদান

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ স্বেচ্ছাসেৱী সংস্থাৰ অক্সিজেন গেছ চিলিণ্ডাৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ স্বেচ্ছাসেৱী সংস্থাৰ  অক্সিজেন গেছ চিলিণ্ডাৰ প্ৰদান

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ সোমবাৰে জেচি আই ৰঙিয়া ৰয়েলছে অক্সিজেন গেছৰ চিলিণ্ডাৰ এটি প্ৰদান কৰে । সংস্থাটোৰ প্ৰতিষ্ঠাপক সভাপতি অংকুৰ আগৰৱালাৰ লগতে শোভা আগৰৱালা আৰু গৰিমা চিকাৰীয়া উপস্থিত থাকি ৰোগীসকলৰ সহায়ক হোৱাকৈ অক্সিজেন চিলিণ্ডাৰটি উপ-অধীক্ষক দিলীপ কুমাৰ বৈশ্যৰ হাতত অৰ্পন কৰে।

ইফালে সংস্থা কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় চিকিৎসালয়খনৰ চিকিৎসালয় কৰ্তৃপক্ষই ।

Also Read: নৱ কুমাৰ শৰণীয়াৰ বিকল্প প্ৰাৰ্থী বিনীতা ডেকা