ব্রহ্মপুত্রত স্নান কৰিবলৈ গৈ ডুব গ'ল এজন, আন এজন সন্ধানহীন

ডিব্রুগড়ত ব্রহ্মপুত্রত সন্ধানহীন এজন লোক।
ব্রহ্মপুত্রত স্নান কৰিবলৈ গৈ ডুব গ'ল এজন, আন এজন সন্ধানহীন
  • ডিব্রুগড়ত ব্রহ্মপুত্রত সন্ধানহীন এজন লোক।

  • গংগা স্নান কৰিবলৈ গৈ ডুব গ’ল লোকজন।

  • সন্ধানহীন লোকজনৰ নাম মিঠু বাছফৰ।

  • সন্ধানহীন মিঠু বাছফৰক বিচাৰি SDRFৰ অভিযান।

  • সংকটজনক অৱস্থাত আন এজনক AMCHলৈ প্রেৰণ।

  • লোকজনৰ নাম মণ্টু বাছফৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in