খাৰুৱাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...

জব্দকৃত নিষিদ্ধ দ্ৰব্যৰ মূল্য প্ৰায় ১৪ লাখ টকা
খাৰুৱাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...
খাৰুৱাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এনে অভিযানৰ মাজতে আজি হাটশিঙিমাৰীৰ কানাইমাৰাত আৰক্ষীৰ জালত পৰে এটা ড্ৰাগছ সৰবৰাহকাৰী।

হাটশিঙিমাৰীৰ খাৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহাৰী আজগৰ আলীক। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটোৰ ঘৰ কানাইমাৰা গাঁৱত।

আৰক্ষীয়ে আজগৰ আলীৰ পৰা জব্দ কৰিছে ১৩৮১ টা য়াবা টেবলেট। আৰক্ষীৰ অনুমান অনুসৰি নিষিদ্ধ য়াবা টেবলেটখিনিৰ মূল্য প্ৰায় ১৪ লাখ টকা।

খাৰুৱাবন্ধা আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী...
কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতিঃ প্ৰদান কৰিব ৰাজ্যিক বঁটাসমূহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in